আপোনাৰ মাটি আমাৰ খেতি

মাটি নাই, স্বপ্ন আছে নেকি? মাটি চন পেলাই নথৈ কৃষি কাৰ্য কৰক!

মাটিৰ স্বত্বাধিকাৰীসকল! আপোনাৰ মূল্যবান মাটিখিনি এতিয়া ব্যৱহৃত বা চন পেলাই থৈছে নেকি? সেই মাটিৰ সদব্যৱহাৰ কৰি আপুনিও হ’ব পাৰে এক গৌৰৱময় কৃষি বিপ্লৱৰ অংশীদাৰ! “লক্ষ্য অভিযান” ৰ মধ্যস্থতাত আপোনাৰ মাটি খেতিয়কসকলক কৃষি কাৰ্য কৰিবলৈ আগ বঢ়াই দিয়ক, কৃষি কৰ্মত কৃষকক উৎসাহিত কৰক।

এই অভিযানত কিয় অংশ ল’ব ?

  • আপোনাৰ মাটিৰ সদব্যৱহাৰ হ’ব।
  • মাটি নথকা খেতিয়কসকলক কৰ্মসংস্থানৰ সুযোগ দিয়ক।
  • সমাজত একতা আৰু সহযোগিতাৰ বান্ধোন দৃঢ় কৰক।
  • “লক্ষ্য অভিযান”ৰ মাৰ্গদৰ্শনত কৃষিৰ উৎপাদনশীলতা বৃদ্ধি হ’ব।

কিদৰে অংশ ল’ব?
১) “লক্ষ্য অভিযান”ৰ লগত যোগাযোগ কৰক।
২) আপোনাৰ অব্যৱহৃত মাটিখিনি খেতিয়কসকলক কৃষি কাৰ্যৰ বাবে উলিয়াই দিয়ক।
৩) “লক্ষ্য অভিযানে খেতিয়কসকলক প্ৰশিক্ষণ, বীজ, সাৰ আৰু অন্যান্য সহায়তা প্ৰদান কৰিব।

আমাৰ লক্ষ্য:
মাটিৰ সদব্যৱহাৰ, খেতিয়কসকলক স্বাবলম্বী কৰা আৰু কৃষিৰ জৰিয়তে সমৃদ্ধি অৰ্জন।

যোগাযোগ কৰক:
“লক্ষ্য অভিযান”
ফোন: 7670034600
ইমেইল: admin.lakhsyaabhijan.com
ৱেবছাইট: www.lakshyaabhiyan.com

মাটি দিয়ক, সপোন সাৰ্থক কৰক! “লক্ষ্য অভিযান”ৰ সৈতে কৃষিৰ নতুন যুগৰ সূচনা কৰক!


একেলগে আগবাঢ়ো আহক, কৃষিৰ জৰিয়তে সমাজ বদলোৱাৰ যাত্ৰাত অংশ লওঁক!

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top